মণিকা দেৱী - Sa-Puhoror Khel

মণিকা দেৱী - Sa-Puhoror Khel

2,99 €

'ছাঁ-পোহৰৰ খেল' এটা প্ৰেমৰ গল্প। সুমন্তই সন্ধ্যাক ভালপায়। সুমন্তৰ মনত সন্ধ্যা অভিমানী। সন্ধ্যাৰ মনত সুমন্ত অন্যমনস্ক। প্ৰেম বিষণ্ণ। আৰু প্ৰেমত পৰাজনে বিষন্নতাকো সযত্নে মনৰ গহনত লালন কৰে। সন্ধ্যাৰ গালৰ তিলটো নে দুদিন পিছত ওলাবলগা তাইৰ পৰীক্ষাৰ ৰিজাল্ট- প্ৰেমিকৰ চিৰন্তন দোমোজাটোত ভৰি দিয়া সুমন্তই কি বাছি ল'ব? আৰু সন্ধ্যাই? আহক শুনোঁ...

Direkt bei Thalia AT bestellen

Produktbeschreibung

'ছাঁ-পোহৰৰ খেল' এটা প্ৰেমৰ গল্প। সুমন্তই সন্ধ্যাক ভালপায়। সুমন্তৰ মনত সন্ধ্যা অভিমানী। সন্ধ্যাৰ মনত সুমন্ত অন্যমনস্ক। প্ৰেম বিষণ্ণ। আৰু প্ৰেমত পৰাজনে বিষন্নতাকো সযত্নে মনৰ গহনত লালন কৰে। সন্ধ্যাৰ গালৰ তিলটো নে দুদিন পিছত ওলাবলগা তাইৰ পৰীক্ষাৰ ৰিজাল্ট- প্ৰেমিকৰ চিৰন্তন দোমোজাটোত ভৰি দিয়া সুমন্তই কি বাছি ল'ব? আৰু সন্ধ্যাই? আহক শুনোঁ মণিকা দেৱীৰ কলম নিগৰি ওলোৱা এটা প্ৰেমৰ মিঠা সমৰ্পনৰ গল্প।
Marke Storyside IN
EAN 9789353987718

...

10,29 €

Tommy Jaud - Hummeldumm
...

13,19 €

Robert Louis Stevenson - Die Schatzinsel
...

57,99 €

UFO - UFO LIVE, 1 Schallplatte...
...

11,99 €

Eliza Filby - Inheritocracy
...

29,90 €

Steffen Ritter - Verkaufen kann von...

Beratungskontakt

contact-lady

Vereinbaren Sie ein kostenloses Erstgespräch. Wir beraten Sie gerne!



Kategorien