মণিকা দেৱী - Thikona

মণিকা দেৱী - Thikona

2,99 €

আইলতা এল.পি স্কুলৰ শিক্ষয়িত্ৰী। বুনিয়াদী প্ৰশিক্ষনকেন্দ্ৰত লক্ষী ঘোষক লগ পায়। সেই সময়ৰ অসম অগ্নিগৰ্ভা। বঙালীৰ আগ্ৰাসনে অসম ছানি ধৰাক লৈ অসমৰ আকাশ-বতাহ উত্তাল। মানুহৰ মুখে মুখে 'এক দুই তিন, অসমীয়া ৰাইজৰ ৰাতি, পুলিচ-মিলিটেৰীৰ দিন'। লক্ষী চোকা ছোৱালী। নিৰ্জু আইলতা আৰু লক্ষীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। জাতি পৰিচয়, ভাষা পৰিচয়ৰ খেলিমেলিবোৰৰ...

Direkt bei Thalia AT bestellen

Produktbeschreibung

আইলতা এল.পি স্কুলৰ শিক্ষয়িত্ৰী। বুনিয়াদী প্ৰশিক্ষনকেন্দ্ৰত লক্ষী ঘোষক লগ পায়। সেই সময়ৰ অসম অগ্নিগৰ্ভা। বঙালীৰ আগ্ৰাসনে অসম ছানি ধৰাক লৈ অসমৰ আকাশ-বতাহ উত্তাল। মানুহৰ মুখে মুখে 'এক দুই তিন, অসমীয়া ৰাইজৰ ৰাতি, পুলিচ-মিলিটেৰীৰ দিন'। লক্ষী চোকা ছোৱালী। নিৰ্জু আইলতা আৰু লক্ষীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। জাতি পৰিচয়, ভাষা পৰিচয়ৰ খেলিমেলিবোৰৰ মাজত আইলতা-লক্ষীৰ বন্ধুত্বই কি মোৰ ল'ব? মণিকা দেৱীৰ 'ঠিকনা' জাতি-ভাষাৰ দন্দ্ব-খৰিয়ালৰ মাজত মনুষ্যত্বৰ এটা মৰ্মান্তিক গল্প।
Marke Storyside IN
EAN 9789353987640

...

10,29 €

Tommy Jaud - Hummeldumm
...

13,19 €

Robert Louis Stevenson - Die Schatzinsel
...

57,99 €

UFO - UFO LIVE, 1 Schallplatte...
...

11,99 €

Eliza Filby - Inheritocracy
...

29,90 €

Steffen Ritter - Verkaufen kann von...

Beratungskontakt

contact-lady

Vereinbaren Sie ein kostenloses Erstgespräch. Wir beraten Sie gerne!



Kategorien