9,99 €
বাস্তৱ চৰিত্ৰৰ সংযোজনেৰে ৰচনা কৰা এক নিৰ্ভেজাল দস্তাবেজ হ'ল মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস অৰুন্ধতী। এগৰাকী বিবাহ বিচ্ছেদিত নাৰীৰ সূক্ষ্মতম অনুভূতিবোৰকো সাৱলীলভাৱে এই উপন্যাসখনত উপস্থাপন কৰা হৈছে। স্বামী-স্ত্ৰীৰ দাম্পত্য জীৱনৰ কেতবোৰ বাস্তৱিক কথাক নিৰ্মমভাৱে বিশ্লেষণ কৰা হৈছে। এই উপন্যাসখন অসমীয়া সাহিত্য জগতৰ এক সাহসী সংযোজন। 'অৰুন্ধতী' এতিয়া শুনক ষ্টৰীটেলত, শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ কণ্ঠত।
Direkt bei Thalia AT bestellenMarke | Storyside IN |
EAN | 9789353987459 |