2,99 €
প্ৰখ্যাত যাদুকৰ চাণক্য কেনেকৈ সোমাই পৰিল প্ৰসেন আৰু পূৰৱীৰ পবিত্ৰ প্ৰেমৰ চাকনৈয়াত !! শিকাৰু আৰু অপ্ৰতিষ্ঠিত যাদুকৰ প্ৰসেনৰ হাতৰ পৰা চাণক্যই কি যাদুৰেনো কাঢ়ি নিছিল পূৰৱীৰ মন...কিয় প্ৰেমিক প্ৰসেনৰ বাহুবন্ধনৰ পৰা আঁতৰি গৈ পূৰৱী হৈ পৰিল চাণক্যৰ বাগদত্তা....সঁচাকৈ এনে যাদুও কৰিব পাৰে নে চাণক্যই য'ত মৃত্যুৱেও হাৰ মানিবলৈ বাধ্য হয়...
Direkt bei Thalia AT bestellenMarke | Storyside IN |
EAN | 9789354838699 |
ISBN | 978-93-5483-869-9 |